• rajashreedeviyoga

আপুনি গৰ্ভৱতী নেকি? জানি থও আহঁক

১)আগৰ এটা পষ্টত reusable breast pad বোৰ disposable বোৰতকে ভাল কৈছিলো। কিন্তু এটা কথা, প্ৰথম কেইমাহত যদি গাখীৰ বেছিকৈ ওলাইছে, তেন্তে বাহিৰলৈ যাওঁতে reusable বোৰত কে disposable বোৰ বেছি ভাল হব। শুকান হৈ থাকে, reusable বোৰ তিতি যায়, ঘৰৰ কাৰণে বেছি সুবিধাজনক। শিশু অকণ ডাঙৰ হলে reusableবোৰ বাহিৰতো পৰা হৈ যাব। (নিজৰ নিজৰ সুবিধা অনুযায়ী) ২) এবাৰত এটা স্তনৰ গাখীৰ খুৱাব শিশুক। টান বুলিয়েই নিজৰ সুবিধাৰ বাবে মাজতে সলাই সলাই নিদিব। প্ৰথমে ওলোৱা গাখীৰ পনীয়া আৰু পিছৰ খিনি ডাঠ হয়। এবাৰত এটা স্তন ৰ পৰা খোৱালেহে ডাঠ খিনি খাব পাব। অধিক জানিবলৈ Google কৰক, hind milk, fore milk. ৩)প্ৰথম ছমাহ অকল মাকৰ গাখীৰ খোৱাব যদিহে বাকী একো অসুবিধা নাই। বাকী একো নোখোৱাব। ৪)গাখীৰ যাতে পৰ্য্যাপ্ত পৰিমানে ওলায় তাৰ বাবে গৰ্ভৱতী হৈ থাকোতেই ইতিবাচক চিন্তা কৰিব যে গাখীৰ ভালকৈ ওলাব।

  • Black Facebook Icon
  • Black Instagram Icon
  • Black Pinterest Icon
  • Black Twitter Icon

© 2020 by YogaTales. Proudly created by Bite Crawler

  • Black Facebook Icon
  • Black Instagram Icon
toe balancing yoga poses

toe balancing yoga poses