• rajashreedeviyoga

কেনেকৈ ভাল হ'ব আপোনাৰ চিৰসংগী যেন লগা Asthma? 

Updated: Jul 13, 2019

প্ৰথমেই মানি লওঁক যে আপোনাৰ asthma problem আছে, যিকোনো problem যেতিয়াই মানি লোৱা যায় তেতিয়াহে আমি উপায় বিচাৰি পাম। গতিকে মনটো বান্ধি লওঁক যে আপুনি নিজৰ lifestyle change কৰি অচিৰেই ভাল হ'ব। Asthamtic মানুহসকল সাধাৰণতে খুব emotional যাৰ ফলত বহুত stress লয়। আৰু লগে লগে আৰম্ভ হৈ যায় asthmatic attack. লিখিবলৈ বহুত আছে গতিকে একদম পটাপট আচল কথাবোৰকে লিখো।🤗🤗 বেলি উঠাৰ আগতে উঠক, উম লগা কাপোৰ পিন্ধক, বিশেষকৈ মুৰটো ধাকি ৰাখিব যিমান পাৰি। সৰু ল'ৰা ছোৱালী হ'লে আবেলিৰ ফালে গা ধুব দিয়ক। ৰাতিপুৱাৰ বেলিৰ উম লব , আকাশখন চাব । গৰম / কুহুমীয়া পানী খাওক, বতৰ অনুযায়ী কেনেকে থাকিব তাৰ প্ৰতি সচেতন হওঁক। যথেষ্ট পৰিমানে জিৰণী লওঁক, টোপনী ক্ষতি নকৰিব। ৰাতি কোনোধৰণৰ পাৰ্টী নাযাব, সোনকালে ৰাতিৰ সাজ খাব। Emotions প্ৰকাশ কৰিবলৈ গান গাওক, পঢ়ক, ছবি আকক, গল্প লিখক, ফুল ৰোওক… মুঠতে ভাল পোৱা কাম এটা সদায় কৰক। নেতিবাচক চিন্তা, ঘটনা আৰু মানুহৰ পৰা আতঁৰি থাকক যিমান পাৰি। সদায় আনন্দত থাকক। মোৰ কিতাপ, মোৰ ৰুম, মোৰ কাপোৰ…এই মোৰ মোৰ টো বেছি আছে যদি এৰি দিয়ক।🙆🙆 নিজৰ কাম কৰি যাওক, কি হ'ব বুলি ভাবি নাথাকি। কি খালে নিজৰ কাৰণে ভাল নহয় ভালকে জানি লওক আৰু কোনোবাই খাব দিলেও "নাখাও" বুলি কবলৈ শিকক। 🙏🙏আনন্দেৰে আৰু মনোযোগেৰে ভাত খাওক।গোটেই দিনটোৰ routine বনাই লওক। বন্ধত ফুৰিব যাওক, মস্তি কৰক। 💃💃 কি কি আসন কৰিলে ভাল???🤸🤸🤸 প্ৰথম কথা, মনটো ঠিক কৰক। হাঁহি থাকক সদায়। নিজক মৰম কৰক। নিজৰ কথা ভাবক। 👸👸👸👸 Jalneti, kapalbhati, kapalrandhradhouti, vajrasana, utakatasana, pavanmuktasana, yoga mudra, hastapadasana, sukshma vyayama, pascimottanasana, talasana, sthitaprarthanasana, goumukhasana, dradhasana, konasana, sarvangasana (higher level), Parvatasana, yastikasana, bhujangasana, vakrasana Pranayamas সকলোবোৰ বিৰাটেই ভাল। প্ৰথমে সহজবোৰ কৰি পিছলৈ বাকীবোৰ কৰিব পাৰে। এইবোৰ যদি কৰিব মন নাযায় তেন্তে ৰুমাল বা কাগজ এখন লৈ মুখেৰে ফু মাৰক, বাঁহী, পেপাঁ বজাওক, সুহুঁৰি মাৰক, গান গাওক, নহ'লে সদায় সদায় কেক বনাই candle জলাই ফু মাৰি নুমাই দিওক আৰু happy birthday গাওঁক। লগতে Doctorৰ কথামতে চলক। yogaকৰিছো doctor নালাগে বুলি ক'লে নহ'ব দেই। হঠাতে medicine এৰিলেটো আৰু বেয়া । Don't forget... 👇👇👇 A good yoga teacher will never say that he/she is equal to a doctor. A doctor is a doctor and a yoga teacher is a yoga teacher. A yoga teacher will always suggest you to follow your doctor and help you to regain your health... Mental, physical,social and spiritual. In case of Asthma, as a yoga teacher, we can proudly say that yoga can cure Asthma completely. It is the only condition when yoga is the best cure. But of course, it doesn't mean that you avoid medical assistance. So, don't avoid taking doctor's help and practice yoga under a good yoga teacher. Surrender yourself to the Higher reality and take charge of your own health✌️✌️✌️ জনাসকলে আৰু তথ্য আগবঢ়ালে আৰু ভাল লাগিব। নজনা কথা জানিব পাৰিম।

  • Black Facebook Icon
  • Black Instagram Icon
  • Black Pinterest Icon
  • Black Twitter Icon

© 2020 by YogaTales. Proudly created by Bite Crawler

  • Black Facebook Icon
  • Black Instagram Icon